← ফুৰি যাওক

চিন্তাকুল

cintākula

অৰ্থ

1.

দুখ-লগা চিন্তাৰে মনৰ উদ্বেগ জন্মা; চিন্তাৰ দ্বাৰা দুখিত

disturbed with anxiety

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চিন্তাকুল · অসমীয়া অভিধান