← ফুৰি যাওক

চিন্তামণি

cintāmaṇi

অৰ্থ

1.

যিহকে বিচৰা ষায় তাকে দিব পৰা এটা মণি; স্পৰ্শমণি

a fabulous gem said to grant its possessor anything he wants; philosopher's stone

বি.

2.

ব্ৰহ্মা

a name of Brahmā

বি.

3.

ঈশ্বৰ; স্বামী; নাথ

বি.

4.

বহুমূলীয়া যেনে-"চিন্তামণি-জন্ম হেৰা বিফলে হেৰায়" (দশম)

very valuable

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চিন্তামণি · অসমীয়া অভিধান