কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চিন্ৎcintIntransitive verb
চিন্তা কৰ্; ভাবনা কৰ্; মনেৰে গুণ; যেনে -"ভাবি-চিন্তি"
to think; to ponder
- চিপsipVerbal Noun
ওপৰলৈ মৰা টান
a sudden pull upwards
- চিপজৰী লsip.jo.ri loVerb-Trans.
Suspend by the neck with a noosed rope until dead
- চিপত চিপেcipata, cipeAdverb
চিপে পতি; প্ৰতি আঁজোৰতে
at every jerk or pull
- চিপাcipāTransitive verb
চিপ মাৰ্; কষ্টেৰে গিল্
to swallow with difficulty
- চিপ্cip
] বি. ওপৰলৈ দাঙিবলৈ মৰা টান বা আঁজোৰ; যেনে-"চিপ মাৰি উঠ্; চিপে পতি বৰশীত মাছ উঠিছে"
a sudden pull or jerk upward
- চিমিট্cimiṭTransitive verb
চিকোট্; যেনে-"ৰামৰাম গুৰুক চিমিটি জগাইলেক" (শঙ্কৰ-চৰিত)
to pinch
- চিলনী সাঁতোৰsi.lo.ni xa~.to`rVerbal Noun
চিত হৈ অৰ্থাত্ত্ত মুখ ওপৰলৈ কৰি দিয়া সাঁতোৰ৷
Swimming with the face upwards.
- চিলনী সাঁতৰsi.lo.ni. xa~.torVerbal Noun
চিত হৈ অৰ্থাত্ত্ত মুখ ওপৰলৈ কৰি দিয়া সাঁতোৰ৷
Swimming with the face upwards.
- চিলমিলকৈ টোপনি যাsil.mil.koi to`.po.ni jaVerb-Intran.
পাতলীয়াকৈ টোপনিওৱা বা প্ৰায় টোপনি আহোঁ আহোঁ হোৱা৷
to be in a light sleep, half asleep or almost asleep.
- চিলমিলাsil.mi.laVerb-Intran.
পাতলীয়াকৈ টোপনিওৱা বা প্ৰায় টোপনি আহোঁ আহোঁ হোৱা৷
to be in a light sleep, half asleep or almost asleep.
- চিলাই কৰ্si.lai korVerb-Trans.
কাপোৰ কাটি গাইগুটীয়া প্ৰয়োজন বা জোখ অনুসৰি চোলা, পটলুং, চুৰিদাৰ আদি তৈয়াৰ কৰা৷ ইংৰাজীত tailor ৰ এক অতিৰিক্ত অৰ্থতো ব্যৱহাৰ হয়:কিবা পাঠ্যক্ৰম, কৰ্ম/ ভ্ৰমণ সূচী আদি গাইগুটীয়া প্ৰয়োজন অনুসৰি তৈয়াৰ/প্ৰস্তুত কৰা৷ অসমীয়াত ইয়াৰ বাবে 'সজোৱা' বা 'প্ৰস্তুত কৰা'ব্যৱহাৰ কৰা হয়৷
to make garments according to need and size.To make something e.g. a course etc. for a particular purpose and individual needs.
- চিলিম চিগ্Verb-Intran.
কোনো বস্তু পাবৰ বা কোনো কাৰ্য্য কৰিবৰ উপায় নষ্ট হ
to lack help or protection, have no way.
- চিল্মিলাcilmilāIntransitive verb
অলপ অলপকৈ চকু জাঁপ খুবা; চকুৰ আগত অলপ অলপকৈ জিলিক্ বা দেখা দি
to be drowsy; to make one's self slightly felt
- চিল্মিলাVerb-Intran.
পাতলীয়াকৈ টোপনিওৱা বা প্ৰায় টোপনি আহোঁ আহোঁ হোৱা৷
to be in a light sleep, half asleep or almost asleep.
- চিহ্নিতকৰণVerbal Noun
(কিহবাত) চিন দিয়া বা চিহ্নক লগোৱা কাৰ্য্য
the act of attaching a label to (something)
- চিহড়্cihaṛIntransitive verb
চিয়ঁৰ্
to scream
- চিহৰ্ciharIntransitive verb
চিয়ঁৰ্
to scream
- চিৎকাৰ কৰ্sitkar korVerb-Intran.
To utter a sudden and loud outcry, as in joy, triumph, or exultation or to attract attention
- চিয়ঁৰ্Intransitive verb
আটাহ পাৰ্; হাই কৰ্
to scream; to cry loudly