← ফুৰি যাওক

চিন্ৎ

cint

অৰ্থ

1.

চিন্তা কৰ্; ভাবনা কৰ্; মনেৰে গুণ; যেনে -"ভাবি-চিন্তি"

to think; to ponder

অক. ধা.

2.

ধ্যান কৰ্

to concentrate the mind on; meditate

সক. ধা.

3.

বাঞ্ছা কৰ্; যেনে-"মঙ্গল চিন্তে"

to wish

অক. ধা.

4.

মনত ভাব; যেনে-"তোমাক চিন্তি আছে"

to think of

অক. ধা.

5.

(পু. অ.) কৰ্; সমাধা কৰ্; সম্পন্ন কৰ্; যেনে-"যুদ্ধত বৰাহে চিন্তিল মাৰ" (কীৰ্ত্তন)

to do; to effect; to perform

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চিন্ৎ · অসমীয়া অভিধান