চিপ্
cip
অৰ্থ
1.
] বি. ওপৰলৈ দাঙিবলৈ মৰা টান বা আঁজোৰ; যেনে-"চিপ মাৰি উঠ্; চিপে পতি বৰশীত মাছ উঠিছে"
a sudden pull or jerk upward
2.
খোৰোচা; চোঁচনি গাঁঠি, টান বা আঁজোৰ মাৰিলে চেপা খোবা গাঁঠি
a slip-knot
3.
বৰশীৰ ডাঁৰি
a fishing rod
4.
চেপ্; চেপি ধৰ্; যেনে -"আকাশত মাৰিলা গলত চিপি ধৰি" (কীৰ্ত্তন)
to press; to seize
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ