কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আকাশমাৰ্গMaterial Noun
কোনো দেশৰ ওপৰেদি উৰণৰ বাবে নিৰ্দিষ্ট কৰা আকাশী পথ
an air route designated for flight over a country
- আকাশসলিলa.kax.xo.lilMaterial Noun
মেঘৰ পৰা পানীৰ টোপালবোৰ |
Water falling in drops/droplets from vapour condensed in the atmosphere (cloud).
- আকাশসীমাMaterial Noun
কোনো দেশৰ ওপৰেদি উৰণৰ বাবে নিৰ্দিষ্ট কৰা আকাশী পথ
an air route designated for flight over a country
- আকাশসৰিৎa.kax.xo.ritCommon Noun
আমাৰ সৌৰজগৎ থকা তাৰকাৰাজ্যখন৷
The galaxy containing the solar system
- আকাশী গংগাa.ka.xi gong.gaProper Noun
নগাঁও জিলাত ডবকাৰ ৭ কিমি দূৰত এখন পৰ্য্যটন ঠাই৷
An waterfalls in Nagaon district of Assam; 7 km from Dabaka. A picnic spot
- আকাশী চৰগa.ka.xi so.rogAbstract Noun
আকাশত, ডাৱৰত খন্তেকীয়াকৈ হোৱা বিদ্যুতৰ চমকনি।
a brilliant electric spark discharge in the atmosphere, occurring within a thundercloud, between clouds, or between a cloud and the ground.
- আকাশী জাহাজa.ka.xi.ja.ha.jMaterial Noun
মানৱ নিৰ্মিত উৰিব পৰা যান্ত্ৰিক বাহন
a flying vehicle that propels itself my means of a propeller i.e. rotating fan displacing air in great speed or by means of jet engines.
- আকাশী নীলাa.ka.xi ni.laAbstract Noun
the blue of a clear or unclouded sky
- আকাশী বাণীa.ka.xi ba.niAbstract Noun
ওপৰৰ পৰা দেৱতাই কোৱা সাৱধান নাইবা সদুত্তৰ বাণী ৷
An warning or may be advice voice by the God from the sky .
- আকাশী-গঙ্গাNoun
আকাশত বা স্বৰ্গত বৈ থকা গঙ্গা; মন্দাকিনী
the Ganges, which is supposed by the Hindus to be in heaven
- আকাশী-জাহাজNoun
যি বাহনেৰে শূন্যত গতি কৰিব পাৰি
an air-ship
- আকাশী-বাণীNoun
আকাশৰপৰা দেবতাই কোবা বাক্য বা আজ্ঞা
a voice or message from heaven
- আকাশী-যানNoun
যি যান বা বাহনৰ দ্বাৰা শূন্যত বা আকাশত গতি কৰিব পাৰি; বিমান
balloon; aeroplane
- আকাশী-লতাNoun
এবিধ হালধীয়া পাত-নাইকিয়া লতা, ই আন গছৰ ওপৰত জন্মে আৰু তাতে বগাই গছজোপা ঢাকি পেলায়; স্বৰ্ণ-লতা; [কোনোবে ৰাবণৰ নাড়ী বোলে; ]
the dodder; Cuscutta Reflexa
- আকাশীগঙ্গাa.ka.xi.gong.gaCommon Noun
আমাৰ সৌৰজগৎ থকা তাৰকাৰাজ্যখন৷
The galaxy containing the solar system
- আকাশীতাঁৰProper Noun
ৰেডিঅ’ আৰু দূৰদৰ্শনৰ বিদ্যুৎচুম্বকীয় তৰংগ প্ৰেৰণ বা গ্ৰহণৰ বাবে ব্যৱহাৰ হোৱা পৰিবাহী৷
an electrical device that sends or receives radio or television signals.
- আকাশীপথa.ka.xi.pathAbstract Noun
বিমান চলাচল কৰিবলৈ নিয়মিত ভাবে ব্যৱহাৰ হোৱা পথ।
a route regularly used by aircrafts. Also used in names of airlines e.g. Jet Airways.
- আকাশীযানa.ka.xi.janMaterial Noun
মানৱ নিৰ্মিত উৰিব পৰা যান্ত্ৰিক বাহন
a flying vehicle that propels itself my means of a propeller i.e. rotating fan displacing air in great speed or by means of jet engines.
- আকাশীলতাa.ka.xi.lo.taCommon Noun
এবিধ পাত নথকা হালধীয়া লতা৷ ই গছৰ ওপৰতে জন্মে আৰু তাত বগাই গছজোপা ঢাকি পেলাই ৷
Cuscuta or Dodder is a parasitic creeper plant, it is yellow in colour. It can be identified by its thin leafless stems.
- আকাৰākāraNoun
আকৱতি; গঢ়; গঠন; ঠগ; দৰ; সাদৱশ্য
form; shape; likeness