← ফুৰি যাওক

আকাৰ

ākāra

অৰ্থ

1.

আকৱতি; গঢ়; গঠন; ঠগ; দৰ; সাদৱশ্য

form; shape; likeness

বি.

2.

বৰ্ণমালাৰ এটা আখৰ "আ" বা তাৰ চিন "।"; "আ"

the letter ; or its symbol

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ