← ফুৰি যাওক

আকাশী-গঙ্গা

অৰ্থ

1.

আকাশত বা স্বৰ্গত বৈ থকা গঙ্গা; মন্দাকিনী

the Ganges, which is supposed by the Hindus to be in heaven

বি.

2.

আকাশত দেখা হাতীপটি

the milky way

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আকাশী-গঙ্গা · অসমীয়া অভিধান