কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লেউসেউleuseuAdjective
লেতু-সেতু; লেওৰ নিচিনা কোমল; ঠৰঙা নোহোবা
flexible; pliable
- লেউসেবাleusebāAdjective
লেতু-সেতু; লেওৰ নিচিনা কোমল; ঠৰঙা নোহোবা
flexible; pliable
- লেউসেৱাleu.xewaProper Adj.
নভঙাকৈ সহজে ভাঁজ লগাব পৰা ।
Something that can be easily bent
- লেকসেকীয়াlek.xe.ki.yaProper Adj.
নভঙাকৈ সহজে ভাঁজ লগাব পৰা ।
Something that can be easily bent
- লেকাতlekātaAdjective
ক্লান্ত; শ্ৰান্ত; দুখ-ভাগৰত বিহ্বল হোবা; ভোক- পিয়াহত লালকাল হোবা
overcome by hunger or fatigue
- লেকেটাlekeṭāAdjective
লিকটা; সহজে নিছিগা বা নভগা
elastic
- লেকেটীয়াlekeṭīẏāAdjective
লিকটা; সহজে নিছিগা বা নভগা
elastic
- লেকোসেকোlekosekoAdjective
লেহুকা।
- লেক্সেকীয়াleksekīẏāAdjective
লেহুকা।
- লেঙীle.ngiProper Adj.
বৰ বুঢ়া, ওখ আৰু ক্ষীণ (সাধাৰণতে এজোপা গছ, যেনে: তামোল)।
very old, tall and slender (usually a plant like beetal nut)
- লেঙুৰleṅuraAdjective
লেঙেৰা; লেঙুৰ-ভেঙুৰ বিণ. বেঁকা-বেঁকি; লেঙেৰা আৰু কুঁজা
crooked; lame and hump-backed
- লেঙেটাProper Adj.
কাপোৰ বা আৱৰণ নথকা
without clothes or covering
- লেঙেৰাleṅerāAdjective
খোৰা; পেঙুৰা
lame; crippled
- লেচাৰlecāraAdjective
লালকাল
exhausted
- লেচীয়াlecīẏāAdjective
আধা শুকান (ধান)
half dried (said of paddy)
- লেছা- লেছAdjective
কোঁছা-কোঁছ; অনেক লেছা হৈ থকা
divided into several bundles or wisps
- লেজুবাAdjective
টানিলে লেজুৰ নিচিনা দীঘল হৈ যোবা (গুৰ আদি)
stringy; tenacious
- লেট-পেটAdjective
লুতুৰি-পুতুৰি; সানমিহলি; ভাল-বেয়া বা শুচি-অশুচি একে লগ হোবা
smeared; mixed- up; polluted
- লেটিপেটিleṭipeṭiAdjective
"লেট্পেট্" চোবাঁ।
- লেটেকাleṭekāAdjective
"লেকেটা" (চোবাঁ)।