লেজুবা
অৰ্থ
1.
টানিলে লেজুৰ নিচিনা দীঘল হৈ যোবা (গুৰ আদি)
stringy; tenacious
বিণ.
2.
বহু বেলি লাগি থকা; বেগাই নিষ্পত্তি নোহোবা; যেনে-"দন্দ বা গোচৰখন লেজুবা হৈছে"
lingering; dragging
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ