← ফুৰি যাওক

লেঙেৰা

leṅerā

অৰ্থ

1.

খোৰা; পেঙুৰা

lame; crippled

বিণ.

2.

ছিদ্ৰ; দোষ; বদনাম; যেনে-"সত্ত্ৰখনৰ লেঙেৰা লগাবলৈ কিয় যা?"

defect; fault

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লেঙেৰা · অসমীয়া অভিধান