কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাউলাbāulāAdjective
উন্মত্ত; বলিয়া
mad; crazy
- বাওঁহতীয়াbao’~.ho.ti.yaProper Adj.
সোঁ হাতেৰে কৰিব লগা কাম বাওঁ হাতেৰে কৰা অভ্যাসযুক্ত৷
one who prefers to work with his/her left hand.
- বাক-চতুৰAdjective
মুখ-চতুৰ; কথা কোবাত পাৰ্গত
having a ready tongue; eloquent
- বাকচতুৰbak.so.turProper Adj.
যুক্তিৰে মনত লগাকৈ কথা ক’ব পৰা লোক |
Having or exercising the power of fluent, forceful, and appropriate speech.
- বাকপটুbak.po.tuProper Adj.
যুক্তিৰে মনত লগাকৈ কথা ক’ব পৰা লোক |
Having or exercising the power of fluent, forceful, and appropriate speech.
- বাকপতিbak.po.tiProper Adj.
যুক্তিৰে মনত লগাকৈ কথা ক’ব পৰা লোক |
Having or exercising the power of fluent, forceful, and appropriate speech.
- বাকপ্ৰপঞ্চbak.pro.pon.soProper Adj.
যুক্তিৰে মনত লগাকৈ কথা ক’ব পৰা লোক |
Having or exercising the power of fluent, forceful, and appropriate speech.
- বাকলীয়াAdjective
গাত বাকলি থকা (মাছ)
scaly
- বাকসংযমীbak.xng.jo.miProper Adj.
কথা বতৰা বৰকৈ নোকোৱা বা কবলৈ মন নেমেলা, কথাত সাৱধানী ।
not willing to speak or not habituated to speaking much, cautious in speaking
- বাকীbākīNoun
শেষত ৰৈ যোবা বা থকা ধন বা বস্ত্ত; শেষত উকলি থকা বস্ত্ত
a balance
- বাকী থকাProper Adj.
কোনো বস্তু ব্যৱহাৰ,ধ্বংস কৰা বা আঁতৰোৱাৰ পিছতো ৰৈ যোৱা অংশ বুজোৱা৷
refers to something that is left after using, removing or destroying the bigger part.
- বাক্যবাগীশba.kyo.ba.gixProper Adj.
যুক্তিৰে মনত লগাকৈ কথা ক’ব পৰা লোক |
Having or exercising the power of fluent, forceful, and appropriate speech.
- বাক্যবিশাৰদba.kyo.bi.xa.rodProper Adj.
যুক্তিৰে মনত লগাকৈ কথা ক’ব পৰা লোক |
Having or exercising the power of fluent, forceful, and appropriate speech.
- বাক্যালঙ্কাৰযুক্তProper Adj.
বাগবাহুল্য হোৱা পৰ্যায়লৈকে উচ্চ মানবিশিষ্ট শৈলীৰে কোৱা বা ব্যক্ত কৰা ৷
speaking or expressed in a lofty style, often to the point of being pompous or bombastic.
- বাকৰিয়নিba.ko.ri.yo.niProper Adj.
ছন পৰি থকা মুকলি অলপ ওখ মাটি ।
An open unused upland.
- বাকৰুদ্ধbak.rud.dhoProper Adj.
সাময়িকভাৱে মাত-বোল বন্ধ হোৱা৷
Temporarily silent because of emotions etc.
- বাখ্যাসাধ্যba.khya.xa.dhyoAdjective Adj.
বাখ্যা বা বৰ্ণনা কৰিব পৰা (সেয়েহে বুজিব পৰা)৷
something that can be explained (and understood).
- বাখৰ পতাba.khor po.taAdjective Adj.
ৰত্নৰে শোভিত৷
something adorned or decorated with jewels.
- বাখৰ-খটোৱাba.khor-kho.to`.waAdjective Adj.
ৰত্নৰে শোভিত৷
something adorned or decorated with jewels.
- বাখৰ-মুখাbākhara-mukhāAdjective
মুখ-চোকা; দন্দুৰা (মানুহ)
of sharp tongue; quarrelsome