← ফুৰি যাওক

বাকী

bākī

অৰ্থ

1.

শেষত ৰৈ যোবা বা থকা ধন বা বস্ত্ত; শেষত উকলি থকা বস্ত্ত

a balance

বি.

2.

বিয়োগৰ ফল

the result of subtraction (in arithmetic)

বি.

3.

অবশিষ্ট; শেষলৈ থকা

remaining

বিণ.

4.

নগদ দাম নিদিয়া; উঠনা

(bought or sold) on credit

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বাকী · অসমীয়া অভিধান