কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এলাইছe.laisProper Adj.
দেহৰ শক্তি খৰচ কৰি পেলোৱাৰ কাৰণে অধিক কাম কৰিবলৈ অপাৰগ।
unable to work or act any more as energy has been spent already to do so.
- এলাইজাঁপৰীe.lai.ja~.po.riVerbal Adj.
বিশৃংখলভাৱে থকা ।
not arranged tidily.
- এলাইজাবৰীe.lai.ja.bo.riProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- এলাইবাদুe.lai.ba.duProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- এলাগিelāgiAdjective
আভঁজা; দেখিবলৈ বেয়া; কুশ্ৰী; অশুবনী
ugly; uncomely
- এলান্ধুকলীয়াe.lan.dhu.ko.li.yaProper Adj.
পুৰণি কালৰ, আধুনিক যুগত অপ্ৰয়োজনীয় ৷
Old and out of fashion
- এলান্ধুবাAdjective
tainted with soot
- এলাপাকelāpākaNoun
বিনা জগৰ; অবাব; অকাৰণ; অপ্ৰয়োজন; যেনে -"এলা-পাকতে ধন ভৰিলো"
want of cause or necessity
- এলাবাংelābāmAdjective
অজলা; অপাত্ৰ; কোনো কামৰ অনুপযুক্ত; আলাবাদু
dull; worthless
- এলাবাদুe.la.ba.duProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- এলেন্ধুবাAdjective
tainted with soot
- এলেবাংelebāmAdjective
অজলা; অপাত্ৰ; কোনো কামৰ অনুপযুক্ত; আলাবাদু
dull; worthless
- এলেহুবাelehubāAdjective
সোৰোপা; বন-বাৰি কৰিবলৈ আগ নবঢ়া; কাম কৰিবলৈ ইচ্ছা নথকা
lazy; slothful
- এলেহুৱাe.le.hu.waProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- এশ-এটাe.xo-e.taProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- এশ-এবুৰিe.xo-e.bu.riProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- এষষ্টিeṣaṣṭiAdjective
ষাঠি আৰু এক; তিনি কুৰি এক
sixty-one
- এসঁজীয়াesam̐jīẏāAdjective
দিনৰ ভিতৰত এসাঁজ মাথোন খোবা
eaten once a day
- এসত্তৰesattaraAdjective
সত্তৰ আৰু এক; তিনি কুৰি এঘাৰ
seventy-one
- এসাজীesājīAdjective
অসাজী; যেনে-"শালকে শিঙিয়ে হাঁহে; তয়ো এসাজী, ময়ো এসাজী, ভালেতো গৰাকী নাহে।"