← ফুৰি যাওক

এসাজী

esājī

অৰ্থ

1.

অসাজী; যেনে-"শালকে শিঙিয়ে হাঁহে; তয়ো এসাজী, ময়ো এসাজী, ভালেতো গৰাকী নাহে।"

বিণ.

2.

ভাল কামত নহা

useless

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

এসাজী · অসমীয়া অভিধান