এলাপাক
elāpāka
অৰ্থ
1.
বিনা জগৰ; অবাব; অকাৰণ; অপ্ৰয়োজন; যেনে -"এলা-পাকতে ধন ভৰিলো"
want of cause or necessity
বি.
2.
অনাবশ্যকীয়; যেনে-"এলা-পাক কথা কৈ নেথাকিবি"
unnecessary
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ