কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দেখ-নেদেখdekh-ne.dekhVerbal Adj.
ক্ষন্তেক দেখা দি নাইকিয়া হোৱা ৷
Visible for a moment only or disappearing after a few moments
- দেখদেখকৈdekh.dekh.koiAdverb
সকলোৱে দেখাকৈ বা জনাকৈ কৰা
done or carried out with the knowledge of everyone
- দেখনিয়াৰ কৰিAdverb
বাহিৰে বা লোকক দেখুবাই
in appearance
- দেখহTransitive verb
(পু. অ.) দেখাঁ; দৱষ্টি কৰাঁ।
- দেখাTransitive verb
দেখুবা; চকুত পেলা; চকুৰ আগত উলিয়া
to show; to cause to see or to be seen
- দেখা কৰ্Verb-Trans.
কোনো ব্যক্তিক কোনো নিৰ্দিষ্ট উদ্দেশ্যেৰে লগ কৰা
To meet somebody for a special purpose especially with pre-scheduled appointment, e.g. visit a doctor.
- দেখা দিয়াde.kha di.yaVerb-Trans.
দৃশ্যমান হ বা অস্তিত্ব প্ৰকাশ কৰ্
to be or come in sight; to become evident or manifest; to come into existence; to come into public view
- দেখা- দেখিকৈAdverb
এটাই আনটোক দেখি; সকলোকে দেখুবাই; প্ৰকাশ্যভাবে
seeing each other; publicity; openly
- দেখা-শুনাAdjective
বহুত দেখি আৰু শুনি শিকা; জনা-বূজা; বিজ্ঞ
experienced
- দেখাই-শুনাইde.khai-xu.naiAdverb
শৰীৰৰ শ্ৰী আৰু স্বভাৱৰ ফালৰ পৰা
by look and by nature
- দেখাওঁতাde.kha.o`~.taVerbal Adj.
যি দেখুৱায় বা প্ৰদৰ্শন কৰে
one who shows or exhibits
- দেখাদেখিকৈde.kha.de.khi.koiAdverb
সকলোৱে দেখাকৈ বা জনাকৈ কৰা
done or carried out with the knowledge of everyone
- দেখাশুনাকৈde.kha.xu.na.koiAdverb
সকলোৱে দেখাকৈ বা জনাকৈ কৰা
done or carried out with the knowledge of everyone
- দেখুওৱাde.khu.uwaVerb-Trans.
to made visible or produce for inspection
- দেখুৱাde.khu.waVerb-Trans.
to made visible or produce for inspection
- দেখুৱাওঁতাde.khu.wa.o`~.taVerbal Adj.
যি দেখুৱায় বা প্ৰদৰ্শন কৰে
one who shows or exhibits
- দেখ্dekhTransitive verb
দৰ্শন কৰ; চকুৰ দ্বাৰা বোধ কৰ্
to see
- দেখৰde.khorAdverb
অধিক পৰিমাণে থকা বা কিবা উপাৰ্জন কৰা৷
in large number or quantity.
- দেখৰ মানেde.khor ma.neAdverb
অধিক পৰিমাণে থকা বা কিবা উপাৰ্জন কৰা৷
in large number or quantity.
- দেশত্যাগ কৰ্dex.tyag korVerb-Trans.
সাধাৰণতে কোনো শত্ৰু দেশলৈ যাবলৈ নিজৰ দেশৰ পৰা সেই দেশলৈ যোৱা৷
to leave/abandon one's country, usually to join an enemy nation.