দেখা
অৰ্থ
1.
দেখুবা; চকুত পেলা; চকুৰ আগত উলিয়া
to show; to cause to see or to be seen
সক. ধা.
2.
বুজাই ক; ব্যক্তি কৰ্
to explain; to reveal
সক. ধা.
3.
দেখন; সাক্ষাত্কৰণ; যেনে-"তেওঁৰ লগত মোৰ দেখা নহল"; . কৱদ
interview
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ