দেখা-শুনা
অৰ্থ
1.
বহুত দেখি আৰু শুনি শিকা; জনা-বূজা; বিজ্ঞ
experienced
বিণ.
2.
সকলোবে দেখা আৰু শুনা; স্পষ্ট; ওলাই থকা
plain; manifest
বিণ.
3.
প্ৰকাশ্যভাবে
openly; publicly
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
বহুত দেখি আৰু শুনি শিকা; জনা-বূজা; বিজ্ঞ
experienced
বিণ.
সকলোবে দেখা আৰু শুনা; স্পষ্ট; ওলাই থকা
plain; manifest
বিণ.
প্ৰকাশ্যভাবে
openly; publicly
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ