কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মণিপুষ্পকmaṇipuṣpakaNoun
সহদেবৰ শঙ্খ
the conch of Sahadeva
- মণিপুৰmo.ni.purProper Noun
উত্তৰ পূব ভাৰতৰ এখন সীমামূৰীয়া ৰাজ্য।
A state in the North-East of India. Imphal is the capital.
- মণিপুৰী উৰহীmo.ni.pu.ri u.ro``.hiProper Noun
মণিপুৰ আৰু ব্ৰহ্মদেশত পোৱা এবিধ দীঘল উৰহী৷
A plant of the genus Parkia in the family Fabaceae. It bears long, flat edible beans with bright green seeds the size and shape of plump almonds which have a rather peculiar smell.
- মণিবন্ধmaṇibandhaNoun
হাতৰ কব্জা
the wrist
- মণিবলয়mo.ni.bo.loyMaterial Noun
চকুৰ ৰংযুক্ত অংশ৷
Circular coloured membrane behind the cornea of the eye, with a circular opening (pupil) in the center.
- মণিবেগmo.ni.begMaterial Noun
টকা-পইচা আৰু সৰু-সুৰা নথিপত্ৰ লগত লৈ ফুৰিব পৰা সৰু পকেট মোনা ৷
A small pocket bag to carry money and other document like phone book etc.
- মণিমাণিকmo.ni.ma.nikMaterial Noun
অলংকাৰ বা গহণা আদি তৈয়াৰ কৰিবলৈ কাটি চাফা কৰি ব্যৱহাৰ কৰা কোনো মুক্তা বা খনিজ পদাৰ্থ ৷
A pearl or mineral that has been cut and polished for use as an ornament.
- মণিহাৰmo.ni.harCommon Noun
মণি আদি তিৰোতাৰ অলংকাৰ, খেলনা আদি বনোৱা লোক ৷
a maker of trinkets, baubles, toys &c.
- মণিহাৰীmaṇihārīNoun
কম দামৰ মণি, অলঙ্কাৰ আদি হৰেক ৰকমৰ বস্ত্তৰ বেপাৰী
a dealer of trinkets and other miscellaneous fancy things; stationer
- মণিয়াৰীmaṇiẏārīNoun
কম দামৰ মণি, অলঙ্কাৰ আদি হৰেক ৰকমৰ বস্ত্তৰ বেপাৰী
a dealer of trinkets and other miscellaneous fancy things; stationer
- মণিয়ৰিmaṇiẏariNoun
এবিধ দীঘল-ডিঙীয়া ক'লা-বৰণীয়া পানীত চৰা চৰাই
a kind of aquatic black bird
- মণিৰাজmaṇirājaNoun
কণাৰি ফুলৰ সদৱশ কিন্ত্ত তাতকৈ ডাঙৰ দীঘল পাতেৰে এবিধ সুগন্ধি ফুল
a kind of lily
- মণিৰামProper Noun
অসমৰ এগৰাকী প্ৰখ্যাত স্বাধীনতা যুঁজাৰু, যাক ঔপনিৱেশিক বৃটিছ চৰকাৰে বিদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি ফাঁচি দিছিল।
A freedom fighter from Assam, who was executed by colonial British government on charges of revolt.
- মণিৰাম দেৱানmo.ni.ram de.wanProper Noun
অসমৰ এগৰাকী প্ৰখ্যাত স্বাধীনতা যুঁজাৰু, যাক ঔপনিৱেশিক বৃটিছ চৰকাৰে বিদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি ফাঁচি দিছিল।
A freedom fighter from Assam, who was executed by colonial British government on charges of revolt.
- মণীবকmo.ni.bokMaterial Noun
পুষ্পধাৰী গছৰ প্ৰজনন অঙ্গ, বিশেষকৈ দেখনিয়াৰ বা ৰঙীন অংশ
reproductive organ of angiosperm plants especially one having showy or colorful parts
- মণ্ডmaṇḍaNoun
ভাত, আখৈ বা চিৰা পানীত গুৰি ৰোগীয়ে খাবৰ নিমিত্তে কৰা মাড়
rice gruel
- মণ্ডনmaṇḍanaNoun
শোভাকাৰক; আনন্দদায়ক; যেনে-"পাষণ্ড দণ্ডনঃ মণ্ডন ভকতক" (ভটিমা)।
- মণ্ডপmaṇḍapaNoun
কোনো উৎসবৰ নিমিত্তে অস্হায়ীভাবে সজা ৰভা ঘৰ
temporary hall erected on ceremonial occasions; a pandal; a pavilion
- মণ্ডলmaṇḍalaNoun
চক্ৰ; বিস্তৱত আকাৰৰ ঘূৰি থকা ঘূৰণীয়া বস্ত্ত; যেনে-"ভূমণ্ডল; বায়ু-মণ্ডল"
a circle; an orb; a sphere
- মণ্ডলকmon.do.lokMaterial Noun
এখন মশৃণ সমতল য’ত পোহৰ প্ৰতিবিম্ব হয়৷
polished or smooth surface (as of glass) that forms images by reflection