← ফুৰি যাওক

মণ্ডপ

maṇḍapa

অৰ্থ

1.

কোনো উৎসবৰ নিমিত্তে অস্হায়ীভাবে সজা ৰভা ঘৰ

temporary hall erected on ceremonial occasions; a pandal; a pavilion

বি.

2.

মিহি গুড়ি

fine powder

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মণ্ডপ · অসমীয়া অভিধান