কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থহাMaterial Noun
এবিধ প্লাষ্টিকসদৃশ পদাৰ্থ, যাক ইথিলিনৰ বহুযোজনৰ দ্বাৰা তৈয়াৰ কৰা হয় ৷ ই তাপ পালে গলি যায় ৷
a plastic polymer of ethylene used especially in packaging and insulation and that can be moulded when hot.
- থাং ৰাংthām, rāmNoun
হাতীৰ গাদী বছা বা ফঁই
the rope with which the pad is tied on the back of an elephant
- থাইthaiProper Noun
থাইলেণ্ডৰ চৰকাৰী আৰু ৰাষ্ট্ৰীয় ভাষা৷
the national and official language of Thailand and also the native language of the Thai people.
- থাই ভাষাthai bha.xaProper Noun
থাইলেণ্ড/থাইবাসীৰ ভাষা৷
the language of Sian i.e. Thailand.
- থাইনাMaterial Noun
গছ-গছনিৰ গা-গছৰ শাখা
Limb of a tree or bough
- থাইলেণ্ডthai.lendProper Noun
দক্ষিণ পূব এচিয়াৰ এখন দেশ৷
Thailand, officially the Kingdom of Thailand, formerly known as Siam, is a country at the centre of the Indochina peninsula in Southeast Asia.
- থাইলোকthai.lo`kCommon Noun
থাইলেণ্ডৰ বাসিন্দা৷
a native of Sian (Thailand).
- থাইৰইডMaterial Noun
থাইৰয়ড গ্ৰন্থি বা ডিঙিৰ গুৰিৰ সেই অংশ য’ত থাইৰয়ড গ্ৰন্থি থাকে৷
thyroid glands or the part of body near the neck where the thyroid glands are located.
- থাইৰইড গ্ৰন্থিMaterial Noun
ডিঙিৰ গুৰিতে অৱস্থিত দুটা কোঠাযুক্ত এণ্ডক্ৰাইন গ্ৰন্থি যি বিপাকীয় ক্ৰিয়া, বৃদ্ধি আৰু বিকাশৰ হাৰ নিয়ন্ত্ৰণ কৰা দুবিধ হৰম’ন নিঃসৰণ কৰে৷
a two-lobed endocrine gland, located at the base of the neck that secretes two hormones that regulate the rates of metabolism, growth, and development.
- থাউকতেVerb; Noun
একেবাৰতে বেছি পৰিমাণে
wholesale
- থাউকীয়াকৈVerb; Noun
একেবাৰতে বেছি পৰিমাণে
wholesale
- থাউনিthāuniNoun
পানীত তল নোযোবাকৈ থকা অবস্হা; তল নোযোবাকৈ ভৰিৰে পোবা পানীৰ তলৰ মাটি
state of being within one's depth; the bottom of water touched with the feet without sinking
- থাকthākaNoun
খাপ; খলপা; তৰপ
a shelf; a step; a storey; a floor
- থাকন থকাNoun
বাস কৰা কাৰ্য্য; থাকোঁতা।
- থাকৰিthākariNoun
বানবাটিৰ খুৰা
the foot of a cup
- থাতথাVerbal Noun
লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
treatment or behavoir with lack of respect, esteem, or courteous regard; Language or behaviour intended to mock or humiliate.
- থানthānaNoun
থকা ঠাই
a place of residence
- থান-থিতthāna-thitaNoun
সদায় থকা ঠাই; স্হায়ী নিবাস
a fixed place of residence
- থানথিতthan.thitCommon Noun
নিগাজীকৈ বাস কৰা ঠাই
a fixed place of residence
- থানাthānāNoun
আহাৰ; ভোজন
meal; feast