থান
thāna
অৰ্থ
1.
থকা ঠাই
a place of residence
বি.
2.
বৈষ্ণবসকলৰ গুৰু-ঘৰ; সত্ত্ৰ; পূজা কৰা ঠাই
a seat of the religious head of the Vaiṣṇava; a place of worship
বি.
3.
কোনো গুৰুজন বা ধৰ্ম্মিষ্ঠ লোকৰ মৰিশালি চিৰস্মৰণীয় কৰি ৰাখিবৰ নিমিত্তে তাত নাম-সেবা আদি কৰি থাকিবৰ কাৰণে স্হাপন কৰা ঠাই
a place of worship established at the cremation ground of a religious man
বি.
4.
কেইবাজন মৱতকৰ উদ্দেশ্যে একেলগে কৰা শৰাধত প্ৰত্যেকজনৰ নিমিত্তে দিয়া উপহাৰ।
বি.
5.
জাপি নুৰিয়াই থোবা বহুত দীঘল কাপোৰৰ ভাগ বা খণ্ড
a whole length of a piece of cloth kept folded or rolled
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ