কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অংশকালিকaṃśakālikaAdjective
সময়ৰ ভাগ-সম্পৰ্কীয়
relating to part time
- অংশকালীনaṃśakālīnaAdjective
সময়ৰ ভাগ-সম্পৰ্কীয়
relating to part time
- অংশগ্ৰহণমূলকProper Adj.
কোনো কাম অংশগ্ৰহণৰ দ্বাৰা কৰা
done or carried out by taking part
- অংশীAdjective
[সং. অংশিন্] বিণ. অংশ থকা; ভাগ থকা; যেনে-বহু-অংশী কাৰবাৰ,
divided into parts; having shares
- অংশীদাৰীong.xi.da.riProper Adj.
আনৰ লগত ভাগ কৰি ৰখা ব্যৱস্থা ৷
Sharing with another or others
- অংশুমান
যাৰ কিৰণ আছে; সূৰ্য্য
the sun
- অংশুমালী
যাৰ অংশুমালা বা কিৰণমালা আছে; সূৰ্য্য।
- অঋণীar̥ṇīAdjective
যাৰ ঋণ বা ধাৰ নাই।
- অঋতুo.ri.tuProper Adj.
নিৰ্দ্ধাৰিত সময়ৰ পূৰ্বে ঘটা ঘটনা, যেনে অকাল মৃত্যূ
Occuring or happening before the usual or proper time
- অকঁটলাakam̐ṭalāAdjective
খি, কাঁইট বা ডাল-পাত গুচাই নিমজ নকৰা; নকঁটলা
not cleared of twigs, leaves, etc.
- অকটকিনাo.kot.ki.naProper Adj.
খৰচ কৰিবলৈ বেয়া নোপোৱা
do not mind incurring expense
- অকটাakaṭāAdjective
কটা।
- অকটুৰakaṭuraAdjective
কটুৰ বা টান নোহোবা; ৰস বা জীপ থকা
not hard or harsh; not dry; fertile.
- অকঠিনakaṭhinaAdjective
ঢিলা; কোমল; উজ্ব
not hard; soft; easy
- অকণakaṇaNoun; Adjective
এক কণ; এক অণু; অকণমান; নাওমান; এক তিল; এখুদ
one grain; a small particle; a very small portion
- অকণমানAdjective
জোখত বা পৰিমাণত অতি অলপ।
- অকণমানিProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- অকণিakaṇiNoun; Adjective
এক কণ; এক অণু; অকণমান; নাওমান; এক তিল; এখুদ
one grain; a small particle; a very small portion
- অকণ্টকakaṇṭakaAdjective
কাঁইট নথকা
thornless
- অকথনীয়o.ko.tho.ni.yoProper Adj.
ক’ব নলগীয়া, অশালিন কথা।
something that should not be spoken.