অংশী
অৰ্থ
1.
[সং. অংশিন্] বিণ. অংশ থকা; ভাগ থকা; যেনে-বহু-অংশী কাৰবাৰ,
divided into parts; having shares
বিণ.
2.
শক্তি বা অংশ থকা; যেনে-ঈশ্বৰ-অংশী জীব
having the power or property of
বিণ.
3.
অংশৰ গৰাকী; ভাগী
a partner; share-holder
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ