কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাজে-কাজেka.je-ka.jeAdverb
উক্ত কাৰণত
for that reason, in consequence
- কাজেইkājeiAdverb
গতিকে; কাৰ্য্যবশতঃ
necessarily; by force of circumstances
- কাটি খাVerb-Intran.
এফলীয়া কাটি গুচি যা অথবা আঁতৰৰে পৰা আন এফালে গতি কৰ্।
to keep at a distance or to take another direction at a distance.
- কাট্kāṭTransitive verb
খণ্ড কৰ্; ছেদন কৰ্
to cut
- কাট্-কুট্kat-kutVerbal Noun
ভুল শুদ্ধ কৰা বা শুধৰোৱা কাৰ্য্য
The act of offering an improvement to replace a mistake; setting right
- কাট্-কুট্ কৰ্kat-kut korVerb-Trans.
ভুল আঁতৰ কৰ্ বা নাইকিয়া কৰ্
to remove or correct defects or errors in
- কাঠে-কাঠেkāṭhe-kāṭheAdverb
জোৰে-জোখায়।
- কাণ উণাkan.unaVerb-Intran.
Pay close attention to; give heed to
- কাণ উনাkan u.naVerb-Intran.
মনোযোগেৰে কিবা কথা শ্ৰৱণ কৰ্ ৷
To make an effort to hear something; hear something with attention.
- কাণ কৰ্kan korVerb-Intran.
মনোযোগেৰে কিবা কথা শ্ৰৱণ কৰ্ ৷
To make an effort to hear something; hear something with attention.
- কাণ ছোৱাkan so`.waVerb-Trans.
কোনো এক বিষয়ত সম্যক ধাৰণা দিয়া ৷
To give or impart knowledge of a fact or circumstance to someone.
- কাণ দেkan deVerb-Intran.
Pay close attention to; give heed to
- কাণ পাত্kan patVerb-Intran.
মনোযোগেৰে কিবা কথা শ্ৰৱণ কৰ্ ৷
To make an effort to hear something; hear something with attention.
- কাণ-সৰালি মাৰ্kan-xo.ra.li marVerb-Intran.
নুশুনাৰ ভাও জুৰি শুনি থকা
to listen while pretending not to hear
- কাণি-দুৱৰীকৈka.ni-du.wo.ri.koiAdverb
অলপকৈ মেলি (দুৱাৰৰ ক্ষেত্ৰত খাটে)
Neither entirely open nor entirely shut; partly open.
- কাণেkāṇeAdverb
কাণৰ বাটে; কাণৰ দ্বাৰা
by or through the ear
- কাণে কাণ মাৰিka.ne kan ma.riAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- কাণে কাণেkāṇe, kāṇeAdverb
নিয়মিত সময়ৰ মূৰতে; নিয়মিত সুযোগ অন্ত হোবাৰ ওচৰতে বা লগে লগে; কথমপি; যেনে-"সি কাণে কাণে পালেহি বা সাধিলে"
just in time, at the nick of time
- কাণে কাণে কka.ne ka.ne koVerb-Intran.
সৰুকৈ কথা ক৷
to talk in a very low voice.
- কাতি হka.ti hoVerb-Intran.
To move from the normal upright position.