কাট্
kāṭ
অৰ্থ
1.
খণ্ড কৰ্; ছেদন কৰ্
to cut
সক. ধা.
2.
ওপৰত আঁচ মাৰি নেলেখাৰ চিন্ দি; ; কম কৰ্; বাদ দি; বিয়োগ কৰ্
to strike off ; to decrease; deduct
সক. ধা.
3.
নিয়া; নাইকিয়া কৰ্; যেনে-"কাল কাট্"
to spend or kill time
সক. ধা.
4.
আঁহ উলিয়া; সূতা তৈয়াৰ কৰ্; যেনে-"মুগা বা সূতা কাট্"
to reel or spin
সক. ধা.
5.
লালিকৈ ব'বলৈ বা পৰিবলৈ দি; যেনে -"অলপ বৰষুণত ছালে পানী নেকাটে"
to pour in current
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ