← ফুৰি যাওক

কাণে কাণে

kāṇe, kāṇe

অৰ্থ

1.

নিয়মিত সময়ৰ মূৰতে; নিয়মিত সুযোগ অন্ত হোবাৰ ওচৰতে বা লগে লগে; কথমপি; যেনে-"সি কাণে কাণে পালেহি বা সাধিলে"

just in time, at the nick of time

ক্ৰি. বিণ.

2.

টানি-মানি; মূৰে মূৰে; যেনে-"ভঁৰালৰ ধানে কাণে খাবলৈ আঁটিলে"

barely

ক্ৰি. বিণ.

3.

কাণত মুখ দি; আনে নুশুনাকৈ (কথা ক)

in whisper

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ