← ফুৰি যাওক

কাণ-সৰালি মাৰ্

kan-xo.ra.li mar

অৰ্থ

1.

নুশুনাৰ ভাও জুৰি শুনি থকা

to listen while pretending not to hear

অকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাণ-সৰালি মাৰ্ · অসমীয়া অভিধান