কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আটকāṭakaNoun
অবৰোধ; কয়েদ; বন্ধন
confinement; detention
- আটকাধীনa.to.ka.dhinVerbal Adj.
যাক ধৰা হৈছে বা গ্ৰেপ্তাৰ কৰা হৈছে।
Person who has been taken captive or arrested.
- আটম-টোকালিa.tom-to.ka.liVerbal Adj.
অলপ ধন বা বস্ত্তৰেই টাকি-টুকি কাম কৰা
practicing thrift, economical in use or expenditure
- আটম-টোকাৰিa.tom-to.ka.riVerbal Adj.
অলপ ধন বা বস্ত্তৰেই টাকি-টুকি কাম কৰা
practicing thrift, economical in use or expenditure
- আটাāṭāNoun
গম; উমান; অভিজ্ঞতা; যেনে-"সমস্তৰে একে দুখ জানে আটা পাই" (দশম)।
- আটাহ পাৰিa.tah pa.riAdverb
in a voice loud enough to be heard
- আটায়েa.ta.yeAdverb
যিমানবোৰ সম্ভৱ সেই সকলোবোৰ একেলগে|
To a complete degree or to the full or entire extent.
- আটায়ে-মিলিāṭāẏe-miliAdverb
সকলোকে মিলাই বা মুঠ কৰি
in all; altogether
- আটায়ে-মুলিāṭāẏe-muliAdverb
সকলোকে মিলাই বা মুঠ কৰি
in all; altogether
- আটি ধৰ্at dhorVerb-Trans.
সোলোক-ঢোলোক নোহোৱাকৈ বা টান হৈ লাগি ধৰ্
to fit tightly without being loose
- আটুটকৈa.tut.koiAdverb
Done or implemented the whole of a job.
- আট্āṭTransitive verb
গাঁঠি বা বান্ধ টান্ কৰ্; টানি বা টানকৈ বান্ধ্
to tighten; to draw the string tight in binding
- আট্Verb-Trans.
কোনো পাত্ৰৰ ভিতৰত থকা
to be inside something
- আঠে-পথেāṭhe-patheAdverb
কেতিয়াবা কেতিয়াবা; মাজে মাজে; মাজে-সময়ে
now and then; occasionally
- আঠো-পৰেāṭho-pareAdverb
অষ্ট প্ৰহৰে; সমুদায় দিন; গোটেই দিন
the whole day; all the hours and periods of the day
- আড্ডা মাৰ্ad.da marVerb-Trans.
কোনো গুৰুত্ব নোহোৱাকৈ/নিদিয়াকৈ কথা পতা
to talk, discuss or converse on different topics of mutual interest in an informal gathering of people.
- আঢ্যবন্ত হ্adyobonto hoVerb-Intran.
আৰ্থিকভাৱে সবল হ
to become economically strong
- আণ্টাāṇṭāTransitive verb
গৈ পা; উপস্হিত হগৈ; যেনে -"এহিমতে ধমুনাৰ তীৰক আটাইল" (দশম); "বিষ্ণুৰ পুৰীক আণ্টাইলেক দৰদৰি" (কীৰ্ত্তন)
to reach
- আণ্ট্āṇṭIntransitive verb
আঁট্; যেনে-"কাটিবে আণ্টি জিহ্বাক তাৰ" (কীৰ্ত্তন-ঘোষা)
to pull tight
- আত অনন্তৰেAdverb
ইয়াৰ পাচে
after this