← ফুৰি যাওক

আটম-টোকালি

a.tom-to.ka.li

অৰ্থ

1.

অলপ ধন বা বস্ত্তৰেই টাকি-টুকি কাম কৰা

practicing thrift, economical in use or expenditure

কৃদন্ত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আটম-টোকালি · অসমীয়া অভিধান