আটক
āṭaka
অৰ্থ
1.
অবৰোধ; কয়েদ; বন্ধন
confinement; detention
বি.
2.
প্ৰতিবন্ধন; বিঘিনি; বাধা
hindrance
বি.
3.
অভাব; দুষ্প্ৰাপ্যতা; নাটনি; . সক. ধা. বন্ধ কৰ্; আটক কৰ্; যাবলৈ নিদিয়াকৈ ৰাখ্
want; scarcity ; to confine; to restrain
বি.
4.
বন্ধ হ; লাগি ধৰ্; যেনে-"জাহাজ আটকিছে"
to get stopped; to stick; to adhere to
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ