কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধাৱকdha.wokCommon Noun
দৌৰৰ প্ৰতিযোগিতাত ভাগ লোৱা ব্যক্তি বা জন্তু
a person or animal that runs, esp. taking part in a race
- ধাৱাdha.waAbstract Noun
দেশ বা ৰাষ্ট্ৰৰ মাজত হোৱা সশস্ত্ৰ বিবাদ
an armed conflict between nations or states.
- ধিংdhimNoun
লোকৰ ওপৰত দপ্দপনি; মহতালি
artogance
- ধিকাৰNoun
নিন্দা, তিৰস্কাৰ; গালি
censure; reproach; abuse
- ধিক্dhikNoun
ছিঃ; লাজ দিয়া বা নিন্দা কৰা মাত
fie!; shame!
- ধিক্কাৰNoun
নিন্দা, তিৰস্কাৰ; গালি
censure; reproach; abuse
- ধিতিঙালিdhi.ti.nga.liVerbal Noun
কাম নকৰি গা ঘেলাই ফুৰা কাৰ্য্য
the act of roaming here and there without doing any work
- ধিতৰাজdhitarājaNoun
এবিধ মটীয়া বৰণৰ বনৰীয়া ৰাজহাঁহ
a kind of wild goose; the grey goose
- ধিপধিপনিdhip.dhi.po.niAbstract Noun
Rhythimic pulsation of a heart, etc.
- ধিমাdhimāNoun
গুৰি বা জুলীয়া বস্ত্ত গোট মাৰি হোবা ডোখৰ।
- ধিয়ানdhiẏānaNoun
ধ্যান।
- ধীdhīNoun
বুদ্ধি; জ্ঞান।
- ধী-শক্তিdhī-śaktiNoun
মনৰ শক্তি বা ক্ষমতা
mental power; strength of mind
- ধীবৰdhībaraNoun
মাছৰ ব্যবসায় কৰোঁতা।
- ধীমা লয়dhi.ma loyAbstract Noun
ভাৰতীয় শাস্ত্ৰীয় গায়ন বা বাদনৰ (সাধাৰণতে আৰম্ভণিতে) ধীৰ গতিত, তালত কৰা পৰিৱেশন বিশেষ ৷
a slow tempo, speed (or octave) in Indian classical vocal or instrumental performance, usually at the beginning. This performance is in some taal.
- ধীৰ গতিdhir go.tiVerbal Noun
লাহে লাহে যোৱা কাৰ্য্য।
the act of moving or proceeding at a strikingly slow rate.
- ধীৰতাdhi.ro.taAbstract Noun
লাহে-লাহে যোৱা বা হোৱা গুণ বা অৱস্থা।
the property of being slow; lack of speed.
- ধীৰনাৰায়ণdhir.na.ra.yonProper Noun
অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপাল৷ সাধনী এওঁৰ একমাত্ৰ জীয়েক আছিল৷ বহুত দিনৰ পিছত ৰজা ধৰ্মধ্বজপাল ওৰফে ধীৰনাৰায়ণৰ সাধকনাৰায়ণ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়৷
8th king of Chutia kingdom of preset day Assam during 16th century.
- ধীৰমণিdhīramaṇiNoun
পকোঁতে বেচি দিন লগা ডাঠ বাকলিৰে এবিধ কল
a king of plantain
- ধীৰোদাওdhīrodāoNoun
কাব্যৰ নায়ক-বিশেষ; নিৰহঙ্কাৰ আৰু সুখে-দুখে দৰদী নায়ক।