← ফুৰি যাওক

ধীৰনাৰায়ণ

dhir.na.ra.yon

অৰ্থ

1.

অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপাল৷ সাধনী এওঁৰ একমাত্ৰ জীয়েক আছিল৷ বহুত দিনৰ পিছত ৰজা ধৰ্মধ্বজপাল ওৰফে ধীৰনাৰায়ণৰ সাধকনাৰায়ণ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়৷

8th king of Chutia kingdom of preset day Assam during 16th century.

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধীৰনাৰায়ণ · অসমীয়া অভিধান