ধাৱক
dha.wok
অৰ্থ
1.
দৌৰৰ প্ৰতিযোগিতাত ভাগ লোৱা ব্যক্তি বা জন্তু
a person or animal that runs, esp. taking part in a race
জাতিবাচক বিশেষ্য
2.
উদ্ভিদৰ মাটিৰ ওপৰে-ওপৰে বগাই যোৱা কাণ্ড, যাৰ গাঁঠিৰ পৰা শিপা আৰু নতুন পোখা ওলাই একোজোপা সুকীয়া উদ্ভিদৰ জন্ম দিয়ে; যেনেঃ মানিমুনি, টেঙেচি আদি
a slender stolon that runs along the surface of the ground and sends out roots and leaves at the nodes, as in the strawberry
জাতিবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ