কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এখেekhePronoun
এওঁ; এইজন
this person
- এখেতekhetaPronoun
এওঁ; এইজন
this person
- এখেতসকলe.khet.xo.kolPronoun
এই সকল লোক
these people
- এখড়্গীয়া গঁড়e.khor.gi.ya go~rCommon Noun
অসম আৰু নেপালত উপলভ্য এটা খড়্গ থকা এবিধ স্তন্যপায়ী বনৰীয়া জন্তু
A large mammal with a single horn found in Assam and Nepal
- এখৰ্গীয়া গঁড়e.khor.gi.ya go~rCommon Noun
অসম আৰু নেপালত উপলভ্য এটা খড়্গ থকা এবিধ স্তন্যপায়ী বনৰীয়া জন্তু
A large mammal with a single horn found in Assam and Nepal
- এগুণeguṇaNoun
এভাগ পৰিমাণ; যেনে-"এগুণৰ নিমিত্তে দুগুণ দিম" জৰীৰ এমেৰ; যেনে-"এই জৰীডালৰ এগুণ ছিগিছে"
one part; one strand (of a rope)
- এঘাৰeghāraNoun
এক আৰু দহ; এক অধিক দহ
- এঙনি-জেঙনিeṅani-jeṅaniNoun
বিশৱঙ্খলতা; গোলমাল বা জাঁজ থকা কথা বা বিষয়; বুজিব নোবৰা কথা; যেনে-"এঙনিতে জেঙনি, তাইৰ নাম সতী; একুৰি এটা ল'ৰা পায়, নামত নাই পতি" (সাঁখৰ)
a puzzle; a knotty question; disorder
- এঙাeṅāNoun
আঁঠুৰ তললৈকে পৰা এবিধ চোলা
a kind of tunic
- এঙামুৰিeṅāmuriNoun
আঙামুৰি; শৰীৰৰ ঠৰঙা গুচাবলৈ গা-মুৰি দিয়া কাৰ্য্য।
- এঙাৰeṅāraNoun
আঙ্গাৰ; জুই নুমুবা আঙঠা
charcoal
- এঙেৰুবাeṅerubāAdjective
এঙাৰৰ নিচিনা ক'লা
coal like; black
- এঙেৰুৱাe.nge.ru.waAdjective Adj.
বৰণ আৰু উজ্জ্বলতা বিহীন; কোনো ৰশ্মি প্ৰতিফলিত নকৰি সকলো ৰশ্মি শোষণ কৰা
lacking hue and brightness; absorbing light without reflecting any of the rays composing it
- এঙ্গাৰe.ngarMaterial Noun
কাঠ বা তেনে জৈৱিক পদাৰ্থ জ্বলাই সৃষ্টি কৰা ক’লা বৰণীয়া দ্ৰব্য৷
the carbonaceous material obtained by heating wood or other organic substances in the absence of air
- এচামুচe.sa.musAbstract Noun
এখন চামোচত ধৰা পৰিমাণৰ৷
the quantity a spoon can hold.
- এচিয়াeciẏāNoun
পৱথিবীৰ এখন মহাদেশৰ নাম
Asia
- এচেম্বলিAbstract Noun
কোনো এক সামূহিক উদ্দেশ্য আগত ৰাখি একেলগ হোৱা মানুহৰ সমাৱেশ ৷
A group of persons gathered together for a common reason, as for a legislative, religious, educational, or social purpose.
- এচৰাজecarājaNoun
বেহেলাৰ নিচিনা এবিধ চৰেৰে বজোবা বাদ্য যন্ত্ৰ
a kind of stringed musical instrument
- এছ.এম.এছes.em.esProper Noun
ম’বাইলৰ দ্বাৰা বাৰ্তা প্ৰেৰণ কৰিব পৰা এটা চুটি বাৰ্তা প্ৰেৰণ ব্যৱস্থা ৷ ইয়াৰ একোটা পৃষ্ঠাত ১৬০ টা বৰ্ণ টাইপ কৰিব পাৰে ৷
A message service offered by the GSM digital cellular telephone system. Using SMS, a short alphanumeric message (160 alphanumeric characters) can be sent to a mobile phone to be displayed there, much like in an alphanumeric pager system.
- এছকৰ্বিক এছিডNoun
এছকৰ্বিক এছিড (ভিটামিন ছি)
এছকৰ্বিক এছিড (ভিটামিন ছি)