← ফুৰি যাওক

এঙেৰুবা

eṅerubā

অৰ্থ

1.

এঙাৰৰ নিচিনা ক'লা

coal like; black

বিণ.

2.

এঙাৰৰ ব্যবসায় কৰোঁতা

a charcoal maker; a dealer in charcoal

বি.

3.

মলা-ধঁপাতৰ তলত আৰু চিলিমৰ ফুটাত দিয়া এঙাৰৰ গুটি; টিকিৰা

a bit or charcoal placed at the bottom of the tobacco and on the hole of a chilum

বিণ.

4.

ঢিলিমত খোবা ধঁপাতৰ এঙাৰ

tobacco burnt and reduced to charcoal in a chilum

বিণ.

5.

চাকিৰ শলিতাৰ আগত থোপা হোবা এঙাৰ

the half-burnt end of a wick

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ