এঙেৰুৱা
e.nge.ru.wa
অৰ্থ
1.
বৰণ আৰু উজ্জ্বলতা বিহীন; কোনো ৰশ্মি প্ৰতিফলিত নকৰি সকলো ৰশ্মি শোষণ কৰা
lacking hue and brightness; absorbing light without reflecting any of the rays composing it
বিশেষণীয় বিশেষণ
সমাৰ্থক শব্দ
2.
চিলিমত জুই লগাবৰ বাবে এঙাৰ বটাৰে কৰা চাকলি ।
a small cake of charcoal for the hoka.a small piece of charcoal placed at the bottom of a pipe.
বস্তুবাচক বিশেষ্য
3.
চাকিৰ শলিতাৰ আগত থূপ খোৱা এঙাৰ
the half-burnt end of a wick
বস্তুবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ