কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইন্দ্ৰনীলindranīlaNoun
মৰকত মণি; নীলকান্ত মণি
emerald
- ইন্দ্ৰপত্নীin.dro.pot.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী দেৱী আৰু দেৱৰাজ ইন্দ্ৰৰ ধৰ্মপত্নী৷
A Hindu goddess and wife of Indra.
- ইন্দ্ৰপুত্ৰindraputraNoun
বালী ৰজা
the monkey- king
- ইন্দ্ৰপুৰিindrapuriNoun
স্বৰ্গ; অমৰাবতী
Indra's heaven
- ইন্দ্ৰপুৰীindrapurīNoun
স্বৰ্গ; অমৰাবতী
Indra's heaven
- ইন্দ্ৰপ্ৰস্থin.dro.pros.thoProper Noun
পাণ্ডৱসকলৰ ৰাজধানী চহৰ আছিল৷
The capital of the kingdom led by the Pandavas in the Mahabharata epic. It is often thought to have been located in the region of present-day New Delhi but there is no certainty. The city is sometimes also known as Khandavaprastha, the name of a forest region on the banks of Yamuna river.
- ইন্দ্ৰপ্ৰস্হindraprashaNoun
প্ৰাচীন দিল্লী নগৰ; পাণ্ডবসকলৰ ৰাজধানী
the ancient town of Delhi, where the Pāṇdavas ruled
- ইন্দ্ৰবংশীindrabaṃśīNoun
ইন্দ্ৰৰ বংশ।
- ইন্দ্ৰবস্তিin.dro.bos.tiMaterial Noun
মানুহৰ ভৰিৰ মঙহাল পিছফাল অংশ৷
Fleshy hind part of human legs below the knee
- ইন্দ্ৰবাসৰAbstract Noun
দেওবাৰৰ পাছত সপ্তাহটোৰ দ্বিতীয় দিন
the second day of the week, following Sunday.
- ইন্দ্ৰমালতীindramālatīNoun
বাবৰি-শাক-জাতীয় এবিধ বন-গছ আৰু তাৰ ছালধীয়া ফুল
a kind of flower; a variety of the chrysanthemum
- ইন্দ্ৰযবindrayabaNoun
কূটজৰ গুটি; এবিধ ঔষধত ব্যবহাৰ হোবা গুটি
the seed of wrightica antedysenterica; the seed of holarrhena
- ইন্দ্ৰলোকindralokaNoun
ইন্দ্ৰৰ পুৰী অমৰাবতী
Indra's city of Paradise
- ইন্দ্ৰসভাindrasabhāNoun
ইন্দ্ৰৰ সভা; স্বৰ্গৰ দেবতাসকলৰ সভা।
- ইন্দ্ৰসূতindrasūtaNoun
বালী ৰজা
the monkey- king
- ইন্দ্ৰাক্ষিCommon Noun
মোহনীয় চকুৰ অধিকাৰী নাৰী
a woman having charming eyes
- ইন্দ্ৰাচলin.dra.solProper Noun
ব্ৰহ্মপুত্ৰত উত্তৰ গুৱাহাটীৰ ওচৰত শিলাময় নদী দ্বীপ।অশ্বক্লান্ত মন্দিৰৰ ওচৰত থকা শ্ৰীকৃষ্ণ পদশিলাৰ পৰা আঁৰ পৰ্বতে কৰ্মনাশা শিলটো আঁৰ কৰে বা ঢাকি ধৰে৷
A small river island in Brahmaputra near North Guwahati. Found in Indian mythology.
- ইন্দ্ৰানীindrānīNoun
ইন্দ্ৰৰ ভাৰ্য্যা।
- ইন্দ্ৰানুজindrānujaNoun
ইন্দ্ৰৰ অনুজ; ইন্দ্ৰৰ পাছত অদিতিৰ গৰ্ভত কশ্যপ মুনিৰ ঔৰসত ওপজা বামন অবতাৰ
the dwarf-god Vāmana, and incarnation of Viṣṇu
- ইন্দ্ৰালয়indrālaẏaNoun
ইন্দ্ৰৰ ঘৰ বা নগৰ; অমৰাবতী
the abode or city of Indra; Paradise