← ফুৰি যাওকইন্দ্ৰসূতindrasūtaঅৰ্থ1.বালী ৰজাthe monkey- kingবি.সমাৰ্থক শব্দইন্দ্ৰপুত্ৰ · indraputra2.অৰ্জ্জুনthe third son of the kind, Pāṇduবি.সমাৰ্থক শব্দইন্দ্ৰপুত্ৰ · indraputra3.জয়ন্ত।বি.সমাৰ্থক শব্দইন্দ্ৰপুত্ৰ · indraputra4.অৰ্জ্জুন গছ।বি.সমাৰ্থক শব্দইন্দ্ৰপুত্ৰ · indraputraউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ