← ফুৰি যাওক

ইন্দ্ৰনীল

indranīla

অৰ্থ

1.

মৰকত মণি; নীলকান্ত মণি

emerald

বি.

2.

গাখীৰত নীল পেলাই ৰাখিলে যিটো বৰণ হয়

the pigment obtained by diluting indigo in milk

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ