কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আক-তাকāka-tākaPronoun
ইটোক-সিটোক; কোনো লোকক
this person or that
- আকখাজাMaterial Noun
এটা মাত্ৰ অংশ
Being in one single part
- আকণākaṇaNoun
বহল, অলপ দীঘলীয়া আৰু এপিঠি বগা বৰণৰ পাতেৰে এবিধ সৰু গছ [ঘা লাগিলে তাৰপৰা বগা এঠা ওলায়, হৈ ঔষধত ব্যবহাৰ হয়]
the swallow-wort; calatropis gigantia
- আকণবিন্ধীākaṇabindhīNoun
ঘূৰণীয়া কিছু ডাঙৰ পাতেৰে এবিধ বনৰীয়া লতা [আকণ পাতৰ দৰে তাৰ পাতৰ এপিঠি বগা আৰু ছিঙিলে বগা এঠা ওলায়, গুটি বাটলু- গুটিৰ সমান, পকিলে হালধীয়া হয়; টুকৰিয়া লতা; ইয়াৰ পাতত সোণ-পৰুবা বেছিকৈ পৰি থাকে বুলি ইয়াক কোনোবে সোণ-পৰুবা লতা বোলে]
a species of creeper; Cisampelos Hexandria
- আকণবিন্ধী লতাa.kon.bin.dhi.lo.taCommon Noun
এবিধ লতা জাতীয় গছ ৷
a kind of creeper plant.
- আকনa.konCommon Noun
বগা আঠা ওলোৱা এবিধ গছ ৷
Swallow wort, any of several plants of the milkweed family. It has clusters of waxy flowers that are either white or lavender in colour with oval, light green leaves.
- আকবৰak.borProper Noun
মোগল সম্ৰাটসকলৰ এজন শ্ৰেষ্ঠ সম্ৰাট আকবৰ(১৫৫৬-১৫৬২)।
A Mughal Emperor from 1556 until his death. He was the third and one of the greatest rulers of the Mughal Dynasty in India.
- আকম্পVerbal Noun
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি মৰা কাৰ্য্য
Involuntarily shaking with quick, short movements, as from fear, excitement, weakness, or cold
- আকলa.kolAbstract Noun
কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|
the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent
- আকল লাজNoun
shame
- আকল-দাঁতa.kol da~tMaterial Noun
প্ৰাপ্তবয়স্ক হোৱাৰ পাচতহে গজা চাৰিটা গুৰি দাঁত(ৰ যিকোনো এটা)৷
any of the four large, back teeth which grows only when you become an adult.
- আকলনākalanaNoun
চকুৰে মনিব বা দেখিব পৰা শক্তি
the power of discerning
- আকলাākalāNoun
চুটি চেলেং কাপোৰ
a short sheet
- আকলি-বাকলিākali-bākaliNoun
অনুপযুক্ত আৰু সাৰ পদাৰ্থ নোহোবা বস্ত্ত; মিছা-মিছি বস্ত্ত বা কথা; . বিণ. অনুপযুক্ত আৰু অকামিলা; মিছা-মিছি; যেনে- আকলি-বাকলি কথা।
unimportant and superficial things; worthless things
- আকলুৱাa.ko.luwaPronoun
যি আকালত পৰিছে, তেনে |
One who is suffering in famine.
- আকল্পa.kol.poMaterial Noun
(ক) ব্যক্তিগত সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে ব্যৱহাৰ কৰা সোণ, ৰূপ, মূল্যৱান পাথৰ আদিৰে তৈয়াৰী সামগ্ৰী(খ) কোনো বস্তুত যোগ কৰি তাৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব পৰা আনুষঙ্গিক বস্তু আদি
(a) articles of gold, silver, precious stones, etc., for personal adornment(b) an accessory, article, or detail used to beautify the appearance of something to which it is added
- আকস্মিক বানa.kos.mik banAbstract Noun
অতি কম সময়ৰ ভিতৰত অহা বানপানী৷
A flood caused by heavy or excessive rainfall in a short period of time, generally less than 6 hours. Flash floods are usually characterized by raging torrents after heavy rains that rip through river beds, urban streets, or mountain canyons sweeping everything before them. They can occur within minutes or a few hours of excessive rainfall. They can also occur even if no rain has fallen, for instance after a levee or dam has failed, or after a sudden release of water by a debris or ice jam.
- আকাংক্ষাa.kang.khyaAbstract Noun
কোনো বস্তুৰ প্ৰতি মানসিক প্ৰয়োজন বোধ
a longing or craving, as for something that brings satisfaction or enjoyment
- আকাঙ্ক্ষাākāṅkṣāNoun
প্ৰবল ইচ্ছা; বাসনা
craving; desire; longing
- আকালākālaNoun
দেশ জুৰি হোবা খোবা বস্ত্তৰ অভাব; দুৰ্ভিক্ষ; অনাটন
famine; scarcity