কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জাগলjāgalaNoun
পানীৰপৰা ওলোবা ঠাই
a place emerging out of water
- জাগাৰ্-জিগিৰjāgār-jigiraAdjective
হাৰাশাস্তি।
- জাগৃতja.gri.toProper Adj.
কাম-বন কৰি বা কোনো কাৰ্য্যত অংশ লৈ থকা ধৰণৰ।
Characterized by energetic work, participation, etc.
- জাগ্ৰতjāgrataAdjective
উজাগৰে থকা; সাৰে থকা; সাৰ পাই থকা; টোপনি নোযোবা
not asleep; awake
- জাগ্ৰৎjāgratAdjective
উজাগৰে থকা; সাৰে থকা; সাৰ পাই থকা; টোপনি নোযোবা
not asleep; awake
- জাগৰিতAdjective
টোপনি ভগা; সাৰ পোবা
awakened from sleep
- জাগৰীja.go.riProper Adj.
টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |
Lacking sleep or unable to sleep
- জাগৰুকja.go.rukProper Adj.
টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |
Lacking sleep or unable to sleep
- জাগৰূকjag.rukProper Adj.
টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |
Lacking sleep or unable to sleep
- জাগৱতjāgawataAdjective
শ্ৰীবৱদ্ধিযুক্ত; সাৰ পোবা
prosperous; revived
- জাজ্বল্য-সমানjājbalya-samānaAdjective
জ্বলি উঠা (খং); যেনে-"শুনি সব গোপী কোপে জাজ্বল্য-সমান" (দশম)।
- জাজ্বল্যমানjājbalyamānaAdjective
বৰকৈ জিলিকি থকা; বৰ দীপ্তিমান
shining; blazing
- জাণ্টিProper Adj.
কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।
sth done or carried out in short time or immediately; acting, moving in high speed.
- জাতjātaAdjective
জন্মা; উৎপন্ন হোবা
born; produced
- জাতিjātiNoun
বিধ; প্ৰকাৰ; শ্ৰেণী
sort; kind
- জাতি যোৱাja.ti jo’.waProper Adj.
নিজৰ সমাজ বা জাতিৰ পৰা বহিস্কৃত |
A person who is rejected or cast out, as from home or society
- জাতি-বাচকjāti-bācakaAdjective
জাতি বুজোবা।
- জাতি-ভ্ৰষ্টjāti-bhraṣṭaAdjective
জাতি যোবা; জাতি নষ্ট হোবা
outcasted
- জাতি-হীনjāti-hīnaAdjective
জাতি নথকা; জাতি-ভ্ৰষ্ট
degraded in caste fallen from one's caste
- জাতিকাৰjātikāraAdjective
জাতিষ্কাৰ।