← ফুৰি যাওক

জাত

jāta

অৰ্থ

1.

জন্মা; উৎপন্ন হোবা

born; produced

বিণ.

2.

বিধ; প্ৰকাৰ

kind; sort

বি.

3.

কুল; জাতি

caste

বি.

4.

আচৰণ; গতি; যেনে -"স্বৰ্গদেব, আজি শেনৰ একজাত"

behaviour

বি.

5.

সমূহ; যেনে-"বেশ্যা যেন লোকৰ খাইলেক বস্ত্ত-জাত" (শঙ্কৰ-চৰিত)

an assemblage

বি.

6.

যি গীত বা পদ যেনেকৈ গাব লাগে, সেই সুৰ

an air; a tune

বি.

7.

ঘাই জাত বা প্ৰকাৰৰ; যথাৰ্থ বিধৰ; অকৱত্ৰিম; প্ৰকৱত; যেনে-"জাত পোবাল"

genuine

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জাত · অসমীয়া অভিধান