জাতি
jāti
অৰ্থ
1.
বিধ; প্ৰকাৰ; শ্ৰেণী
sort; kind
বি.
2.
কুল; বংশ
caste; race; nation
বি.
3.
জাতি- কুল।
বি.
4.
সমূহ; যেনে-"যখন বংশীক চুম্বি তোলে স্বৰ-জাতি" (কীৰ্ত্তন)
বি.
5.
উত্ৰাবল বা চঞ্চল নোহোবা; জুৰ; ধীৰ; শান্ত
steady; mild; peaceful
বিণ.
6.
জাত লোবা; পোহনীয়া হোবা
domesticated; tame
বি.
7.
আচল বা নিজ জাত বা বিধৰ; প্ৰকৱত শ্ৰেণীৰ; যথাৰ্থ প্ৰকাৰৰ; যেনে-"জাতি-পাণ"
genuine
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ