← ফুৰি যাওকজাগলjāgalaঅৰ্থ1.পানীৰপৰা ওলোবা ঠাইa place emerging out of waterবি.2.নেৰা-নেপেৰা বৰষুণ দি থকা (দিন)raining incessantly for many daysবিণ.সমাৰ্থক শব্দজাগন · jāganaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ