কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অক্ষতাFeminine; Noun
পূজাত লগোবা নভগা আৰৈ চাউল; যেনে-"অক্ষতে অৰ্ঘ্যে পূজি প্ৰজাপতি" (শ. উত্তৰাকাণ্ড)।
- অক্ষদণ্ডakṣadaṇḍaNoun
পৱথিবীৰ মাজেদি উত্তৰ আৰু দক্ষিণ মেৰু ভেদ কৰি যোবা কাল্পনিক ৰেখা
the axis of the earth
- অক্ষবৃত্তo.khyo.brit.toAbstract Noun
বিষুব ৰেখাৰ পৰা পূব আৰু পশ্চিমৰ স্হান নিৰ্নয় কৰিবলৈ ব্যৱহাৰ কৰা শব্দ৷
the location of a place on Earth north or south of the equator.
- অক্ষমতাo.khyo.mo.taAbstract Noun
কোনো কাম কৰিবলৈ অক্ষম অৱস্থা ৷
incapacity, quality of not being able to do a task
- অক্ষমালাakṣamālāNoun
ৰুদ্ৰাক্ষৰ মালা।
- অক্ষশক্তিo.khyo.xok.tiAbstract Noun
The combined forces under Hitler led Germany, fighting agains the allies in 2nd world war
- অক্ষসূত্ৰo.khyo.xut.roMaterial Noun
প্ৰাৰ্থনা বা জপ কৰোতে মন্ত্ৰৰ সংখ্যা গন্তি কৰিবলৈ কোনো কোনোৱে ব্যৱহাৰ কৰা মণিৰ মালা৷
a string of beads used by some people for counting prayers.
- অক্ষাংশakṣāṃśaNoun
(ভূগোল) বিষুব-ৰেখাৰ উত্তৰে
- অক্ষিakṣiNoun
চকু
the eye
- অক্ষিকাচakṣikācaNoun
চকুৰ আবৰণৰ ভিতৰৰ কাচ-সদৱশ পদাৰ্থ
the lens of the eyes
- অক্ষিগোলakṣigolaNoun
অক্ষি বা চকুৰ টুপুৰা অংশ; চকুৰ মণি
the eye-ball
- অক্ষিগোলকo.khyi.go’.lokMaterial Noun
the organ in an animal that senses optical signals comprising the iris, the lens, the pupil and the cornea
- অক্ষিচ্ছদo.khyis.sodAbstract Noun
Either of the folds of skin closing to cover the eyes
- অক্ষিজলo.khyi.jolMaterial Noun
কান্দোতে চকুৰ পৰা ওলোৱা এবিধ লুণীয়া জুলীয়া পদাৰ্থ ৷
a saline watery substance secreted from the eyes
- অক্ষিতাৰকাo.khyi.ta.ro.kaCommon Noun
কাৰোবাৰ অতি মৰমৰ বা কোনোবাই অতি ভাল পোৱা কোনো লোক বা বস্তু৷
someone or something very dear and is loved more than anyone.
- অক্ষিপটakṣipaṭaNoun
অক্ষি বা চকুৰ মণিৰ ভিতৰৰ ফালে থকা মিহি ছাল
retina
- অক্ষিপল্লৱo.khyi.pol.lobAbstract Noun
Either of the folds of skin closing to cover the eyes
- অক্ষিৰাজakṣirājaNoun
বালী-সুগ্ৰীবেৰ মাত্ৰৱ [ৰামায়ণৰ মতে ধ্যানস্হ ব্ৰহ্মাৰ চকুত কেনেবাকৈ ধূলি পৰাত ব্ৰহ্মাই সেই ধূলি গুচাই আছাৰ মাৰি পেলাওঁতে শেহত তাৰপৰা এটি ৰূপবতী কন্যা হয়; কন্যাৰ ডিঙি-ভাগৰপৰা সূৰ্য্যৰ ঔৰসত সুগ্ৰীব আৰু চুলিৰপৰা ইন্দ্ৰৰ ঔৰসত বালীৰ জন্ম হয়]
the mother of Surgrīva and Bālī
- অক্ষৌহিণীakṣauhiṇīNoun
আগৰ কালৰ সৈন্য-সংখ্যা [এক অক্ষৌহিণী সৈন্যত 1,09,350 পদাতি, 65,610 ঘোঁৰা, 21,870 ৰথ আৰু 21,870 হাতী-মুঠত 2,18,700 সৈন্য থাকে।
- অক্ষয় পুৰুষo.khyoy pu.ruxAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe