অক্ষিৰাজ
akṣirāja
অৰ্থ
1.
বালী-সুগ্ৰীবেৰ মাত্ৰৱ [ৰামায়ণৰ মতে ধ্যানস্হ ব্ৰহ্মাৰ চকুত কেনেবাকৈ ধূলি পৰাত ব্ৰহ্মাই সেই ধূলি গুচাই আছাৰ মাৰি পেলাওঁতে শেহত তাৰপৰা এটি ৰূপবতী কন্যা হয়; কন্যাৰ ডিঙি-ভাগৰপৰা সূৰ্য্যৰ ঔৰসত সুগ্ৰীব আৰু চুলিৰপৰা ইন্দ্ৰৰ ঔৰসত বালীৰ জন্ম হয়]
the mother of Surgrīva and Bālī
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ