← ফুৰি যাওক

অক্ষমালা

akṣamālā

অৰ্থ

1.

ৰুদ্ৰাক্ষৰ মালা।

বি.

2.

জপমালা।

বি.

3.

বশিষ্ঠৰ পত্নী অৰুন্ধতী।

বি.

4.

আকাশৰ উত্তৰ ফালে বশিষ্ঠৰ ওচৰত থকা অৰুন্ধতীক ঘেৰি থকা সপ্তৰ্ষি-মণ্ডল।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অক্ষমালা · অসমীয়া অভিধান