কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লাৰাlārāAdjective
শুদা; একো নথকা; অলঙ্কাৰ আদি নথকা
bare; destiture of ornaments
- লাৰিবাংProper Adj.
কোনো চাকৰি, প্ৰতিযোগিতা অথবা পৰিস্থিতিৰ উপযুক্ত নোহোৱা|
Not suitable for a job or competition or some circumstance.
- লাৱণিকla.wo.nikProper Adj.
নিমখৰ, নিমখ-যুক্ত বা নিমখেৰে সোৱাদ কৰা
Of, containing, or seasoned with salt
- লাৱণ্যময়ীProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- লিংখি-লাংখাProper Adj.
ইফাল-সিফাল হৈ কোনো নিয়মমতে নথকা
found or occurring apart from others or as an isolated or casual instance; incidental or occasional
- লিংলিঙীয়াliṃliṅīẏāAdjective
পাতল আৰু ক্ষীণ; লাহী; দীঘল আৰু ঘন নোহোবা; শ্ৰী নথকা (চুলি, বন আদি)
thin, long and sparse
- লিকটাlikaṭāAdjective
চিকটা; সহজে নিছিগা বা নভগা
tough; elastic; tenacious
- লিকটীয়াli.ko.ti.yaProper Adj.
ইটা, পাত্ৰ আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা আঠা থকা (মাটি)।
Stiff sticky (soil) used for making bricks, pottery, etc.
- লিকলিকীয়াProper Adj.
long and slender
- লিক্লিকিয়াliklikiẏāAdjective
গা-সৰু আৰু দীঘল
slender and long
- লিখাlikhāTransitive verb
আনৰ দ্বাৰা লিখা বা আখৰ দিয়া কাৰ্য্য কৰা
cause to be written; cause to be printed
- লিখিতli.khi.toVerbal Adj.
গদ্য, পদ্য, বা কোনো পুথি লিখা কাৰ্য্য; গীত অথৱা সংগীত ৰচনা কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়
produced by writing, composing (Specially used for music, literature etc.)
- লিচ্ছাlicchāAdjective
কামুক; পৰস্ত্ৰীত আসক্ত
licentious
- লিটাli.taProper Adj.
বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
without much flesh or fat; not plump or fat
- লিটিকাliṭikāAdjective
টিলিকা; বাঢ়িব নোবৰা; চুটি-চাপৰ
of stunted growth
- লিতাlitāAdjective
এসোবা ফটাকানিৰ নিচিনা লেউসেউ; পুৰুষ-শক্তিহীন
impotent
- লিপাli.paVerbal Adj.
গোটেই পৃষ্ঠতে ডাঠকৈ লিপি থোৱা
thickly smeared or covered all over the surface
- লিপা-পোঁচাli.pa-po`~.saVerbal Adj.
লিপি-মচি পৰিষ্কাৰ কৰা
cleansed and smeared or plastered
- লিপা-পোচাlipā-pocāAdjective
লিপি মচি নিকা বা পৰিষ্কাৰ কৰা
plastered and cleansed; rubbed and swept
- লিপিতlipitaAdjective
খাপ খাই ধৰা; টানকৈ খাই ধৰা; ভালকৈ মিলি পৰা
fitting tightly; tightly adhered